Public enterprise (ৰাজহুৱা উদ্যোগ)
যিবোৰ উদ্যোগৰ মালিকীস্বত্ব
আৰু পৰিচালনাৰ দায়িত্ব সম্পূৰ্ণৰুপে বা আংশিকভাৱে চৰকাৰৰ হাতত থাকে তেনেবোৰ
উদ্যোগকে ৰাজহুৱা উদ্যোগ বোলে ৷এখন দেশৰ দৰিদ্ৰতা ,নিৱনুৱা সমস্যা আৰু ঔদ্যোগিক
অনগ্ৰসৰতা দূৰ কৰাৰ লগতে মূলধন গঠনতো সহায় কৰি ৰাজহুৱা উদ্যোগ খণ্ডই অৰ্থনৈতিক বিকাশৰ
গতি ক্ষীপ্ৰ কৰিব পাৰে ৷
A.H.
Hansen –ৰ মতে , “ Public enterprise means state ownership and
operation of industrial,agricultural,financial and commercial understandings .”
N.N Mallya ৰ মতে , “ ৰাজহুৱা উদ্যোগ হ’ল, ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত ঔদ্যোগিক
আৰু বাণিজ্যিক কাৰ্যৰ লগত জড়িত স্বতন্ত্ৰ
বা অৰ্ধস্বতন্ত্ৰ নিগম বা কোম্পানী ৷”
No comments:
Post a Comment