This work was initiated by Karuna Phukan (presently Asst. Professor, Digboi College, Assam), Parswa Jyoti Neog (presently Asst. Professor, Salt Brook Academy, Dibruarh) and Satyajit Barthakur (Lecturer of Economics). The vision of the group is to help the students by providing necessary reading materials both in Assamese and English language. Your cooperation is solicited.
Thursday, 18 December 2014
Friday, 21 November 2014
Outcome Budget and it's Relevance in India
Introduction
A government budget is a government document presenting the government’s proposed revenues and spending for a financial year that is often passed by the legislature, approved by the chief executive or President and presented by the finance minister of the nation. The budget is also known as the Annual Financial Statement of the country. This document estimates the anticipated government revenues and government expenditures for the ensuing financial year. Outcome budget is one of the most popular techniques of budgeting which measures the development outcomes of all government programmes.
What is Outcome Budget?
Outcomes are indicators showing the progress in achieving programme objectives, such as infrastructure improvement, decline in diseases, improvement in agricultural production, and achievements in education. These are not directly under the control of the programme managers due to the effect of many other extraneous factors.
The Outcome
Budget is expected to sharpen the budgetary projections by listing the
projected outcomes under various schemes programmes. The outcomes are expected
results not only in terms of monetary units or physical infrastructure but also
in terms of qualitative targets and achievements. Outcome budgeting is expected
to lead to efficient service delivery, transparency, and accountability.
For
example, financial allocations under primary education are outlays,
construction of an “n” number of primary school buildings could be the desired
output, and the outcome could be to educate an “x” number of children up to the
primary level.
Relevance of Outcome
Budgeting in India
Since 1968, Government departments
had been preparing performance budgets trying to link financial aspects to
physical results. However, this remained a supplementary device without any
perceptible impact on resource allocation. Acknowledging its drawbacks, the
Government introduced a revised version called ‘Outcome Budget’ in 2005.
The
performance-oriented budgets provide information on the use of public
resources, as against the conventional Budget indicates the resources allocated
to various programmes and schemes of the Government, but does not focus so much
on the use of those resources to achieve certain agreed results. Taking along
people of different socio-economic strata as part of an inclusive growth
process requires effective use of resources. This objective is easy to fulfill
by following outcome budgeting.
Performance
budgeting is not new in India. The outcome budget in India provides an
opportunity, which needs to be strengthened and taken forward. The important
factors in this context are the ability to prepare measures under different
Government programmes to evaluate results, and utilize this performance
information in shaping the Budget decisions, both in programme formulation and
resource allocation.
It is
expected to change the mindsets of government officials to become more result
oriented, instead of outlay centric. The Outcome Budget will discipline various
ministries in their spending by ensuring that they do not stagger it towards
the last quarter of the fiscal.
The outcome budgeting will help the government make its budgets more cost effective, double up as a major device to fix accountability and the government will manage its schemes better.
Outcome budgeting in India will help to release information on spending by various ministries for public scrutiny. This will ensure that everyone: people's representatives, the press, and those for whom the scheme is being implemented can check for themselves how well a project has been implemented.
The Outcome Budget will also help gauge the effectiveness of the money spent on various heads by different ministries. It will also help ensure that programmes and schemes do not continue indefinitely from one Plan period to the next, without an independent, in-depth evaluation.
India is the third largest economy (PPP) and also it is the largest democracy. The budget announced here is obviously of vast scale with large number of schemes and developmental programmes. Implementation of all the programmes within the targeted period is not an easy thing. Outcome budgeting will make the system more systematic leading to better implementation of the budgetary programmes.
Corruption in India has become an open secret. Every year huge amount of money is granted to spend in various developmental programmes but their true implementation and outcome is not known. Outcome budget will distinctly show the projected outcome and the true use of money can be hoped under the system.
Conclusion
The Outcome
Budget is expected to ensure efficient service delivery, transparency and
accountability which are the urgent needs of India. Some may argue that
preparing an outcome budget is a lengthy process and experts are necessary for
this purpose; but this argument is nullified by the merits of outcome budget.
In summation, outcome budget is very much relevant in India.
Tuesday, 30 September 2014
ভাৰতবৰ্ষৰ বিত্তীয় খণ্ডৰ সংস্কাৰ
আৰম্ভণি
ভাৰতবৰ্ষৰ বিত্তীয় খণ্ড বহুধাবিভক্ত আৰু তীব্ৰ বেগত সম্প্ৰসাৰণমুখী৷ বাণিজ্যিক বেংক, বীমা প্ৰতিষ্ঠান, অনা বেংকীয় বিত্তীয় প্ৰতিষ্ঠান, পেনচন ফাণ্ড, মিউচুৱেল ফাণ্ড আৰু কিছুমান সৰু সৰু বিত্তীয় অনুষ্ঠানেৰে ভাৰতীয় বিত্তীয় খণ্ড গঠিত৷
আমাৰ বিত্ত খণ্ড মূলত বেংক নিয়ন্ত্ৰণাধীন (bank
dominated) ব্যৱস্থা য’ত মুঠ বিত্তীয় সম্পত্তিৰ ৬০%ই বাণিজ্যিক বেংকসমূহৰ অধিকাৰত৷ ইয়াৰ পিছতে বীমা প্ৰতিষ্ঠানসমূহৰ স্থান৷ অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠান (Non Banking Financial Companies, NBFC) সমূহৰ বৰঙণিও বিগত বছৰবোৰত খুউব খৰকৈ বাঢ়ি অহা পৰিলক্ষিত হৈছে৷
যি কি নহওক, ভাৰতবৰ্ষৰ বিত্ত খণ্ড বহু সংষ্কাৰৰ মাজেদি অগ্ৰসৰ হৈছে৷ তলত তাৰে কিছু আভাস দিবলৈ যত্ন কৰা হ’ল৷
কিয় সংস্কাৰৰ প্ৰয়োজন হ’ল? (সংস্কাৰৰ আগৰ পৰিস্থিতি কেনে আছিল?)
১৯৯০ চনলৈকে ৰাহি খণ্ড (surplus
sector) ৰ পৰা ঘাটী খণ্ড (deficit
sector) লৈ মূলধনৰ সৰবৰাহ কৰাৰ বাহিৰে ভাৰতৰ বিত্তীয় ব্যৱস্থাৰ আন বিশেষ একো ভূমিকা নাছিল৷ বেংকিং খণ্ডত প্ৰতিযোগিতাৰ অভাৱ আছিল, মূলধনৰ নাটনি, কম উৎপাদন আৰু তাৰ তুলনাত ব্যয়ৰ পৰিমাণ অধিক হোৱা বাবে বিত্তীয় ব্যৱস্থাত জটিলতাই দেখা দিছিল৷
১৯৬৯ আৰু ১৯৮০ চনত বেংকসমূহৰ ৰাষ্ট্ৰীয়কৰণ কৰা হয় আৰু তাৰ ফলত বেংকিং খণ্ডত চৰকাৰৰ অধীনতা বৃদ্ধি পায়৷ বেংকসমূহৰ পৰিচালনা ব্যৱস্থা আৰু সেৱাসমূহ দুৰ্বল হৈ পৰে৷ আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগো খুব কম হোৱাৰ ফলত বেংকবোৰৰ মাণদণ্ড আৰু লাভালাভ কমি আহিবলৈ ধৰে৷ বীমা (INSURANCE) আৰু Mutual fund প্ৰতিষ্ঠানবোৰৰ মাজতো কোনো প্ৰতিযোগিতাৰ বাতাবৰণ নাছিল৷ তাৰ ফলত অনা বেংকীয় বিত্তীয় কোম্পানী (Non-banking
Financial Company, NBFC) বোৰৰ বিকাশ হ’বলৈ ধৰে কিন্তু সেইবোৰৰ নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা নাছিল৷ সেই সময়ৰ বিত্তীয় বজাৰখনৰ মূল বৈশিষ্ট আছিল-
১) বিত্তীয় সম্পদৰ দৰ নিৰ্ধাৰণৰ ওপৰত নিয়ন্ত্ৰণ
২)বজাৰত প্ৰৱেশৰ বাধা
৩)উচ্চ বিনিময় ব্যয় আৰু
৪)সম্পদৰ প্ৰৱাহত জটিলতা৷
এনে পৰিস্থিতিত ভাৰতবৰ্ষৰ বিত্তীয় খণ্ডত সংস্কাৰ অতিকে আৱশ্যকীয় হৈ পৰে৷ এইটো বিশ্বাস কৰা হ’ল যে বিত্ত খণ্ডৰ সংস্কাৰৰ অৱিহণে প্ৰকৃত খণ্ড (REAL
SECTOR) ত প্ৰতিযোগিতাৰ ভাৱধাৰাক আগবঢ়াই নিয়াটো সম্ভৱ নহয়৷ গতিকে বিত্ত খণ্ডৰ গাঠনিগত (Structural) অভাৱ আৰু দুৰ্বলতাসমূহ আঁতৰাই তাৰ জৰিয়তে প্ৰকৃত খণ্ড(real
sector) ৰ বিকাশ সাধনেই আছিল ভাৰতবৰ্ষৰ বিত্তীয় সংস্কাৰৰ মূল উদ্দেশ্য৷ এই সংস্কাৰ ১৯৯০ চনৰ পৰা আৰম্ভ কৰা হয়৷
কিদৰে সংস্কাৰ কৰা হ’ল?
১৯৯০ চনত আৰম্ভ হোৱা বিত্ত খণ্ডৰ সংস্কাৰৰ মূল নীতি আছিল বিত্ত ব্যৱস্থাটোত ন্যুন্যতম চৰকাৰী হস্তক্ষেপৰ বাতাবৰণ সৃষ্টিৰ জৰিয়তে এক মুক্ত বজাৰ ব্যৱস্থাৰ সৃষ্টি কৰা আৰু একেসময়তে নীতি নিৰ্দেশনা আৰু নীৰিক্ষণমূলক(super
visional) ব্যৱস্থাক শক্তিশালী কৰা৷ (The reform focused on creating a deregulated
environment and enabling free play of market forces while at the same time
strengthening the prudential norms and the supervisory system.)
বেংকিং খণ্ডৰ ক্ষেত্ৰত সংস্কাৰে এক নমনীয়তা আৰু কাৰ্যকলাপ ৰূপায়ণত স্বাধীনতাৰ পৰিবেশ গঢ়ি তোলাৰ প্ৰয়াস কৰে আৰু এইটো বিশ্বাসত লোৱা হয় যে ইয়াৰ দ্বাৰা বেংকিংখণ্ডত দক্ষতা, উৎপাদনশীলতা আৰু লাভালাভ বৃদ্ধি পাব৷ (In the banking sector, the focus
was on imparting operational flexibility and functional autonomy with a view to
enhancing efficiency, productivity and profitability, imparting strength to the
system and ensuring accountability and financial soundness. ) মূলত Committee on Banking Sector
Reforms, 1998 (Chairman: Shri M. Narasimham) আছিল ভাৰতৰ বেংকিং খণ্ডৰ সংস্কাৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ৷
ইয়াৰ উপৰিও সেই সময়ত চলি থকা বিত্তীয় প্ৰতিষ্ঠানবোৰত আৰোপ কৰি থোৱা কিছুমান বাধা নিক্ষেধ আঁতৰাই লোৱা হয়, সেইবোৰৰ ওপৰত আৰোপিত নীতি নিৰ্দেশনাৰ ক্ষেত্ৰত কিছু শিথিলতা অনা হয় আৰু বেংকিং খণ্ডত প্ৰৱেশৰ বাবে থকা বাধাবোৰ আঁতৰাই দিয়া হয়৷ (The
restrictions on activities undertaken by the existing institutions were
gradually relaxed and barriers to entry in the banking sector were removed.)
অনা বেংকীয় বিত্তীয় প্ৰতিষ্ঠানৰ ক্ষেত্ৰত সংস্কাৰে সেইবোৰৰ খণ্ডভিত্তিক অভাৱ অভিযোগবোৰ নাইকীয়া কৰাত গুৰুত্ব প্ৰদান কৰে৷ (In the
case of non-banking financial intermediaries, reforms focused on removing
sector-specific deficiencies.)
বীমা খণ্ড আৰু মিউচুৱেল ফাণ্ডৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ অনুমতি
প্ৰদানৰ দ্বাৰা এক প্ৰতিযোগিতামূলক
পৰিৱেশ সৃষ্টি কৰিবলৈ বিচৰা হয়৷ ( In the case of the insurance
sector and mutual funds, reforms attempted to create a competitive environment
by allowing private sector participation.)
বিত্তীয় বজাৰৰ ক্ষেত্ৰত সংৰচনাত্মক অসুবিধাবোৰ আঁতৰ কৰা, নতুন আহিলাৰ
প্ৰৱৰ্তন, বিত্তীয় সম্পদসমূহৰ বাধাহীন দৰ নিৰ্ধাৰণ, গণনাত্মক
বাধাবোৰ আঁতৰাই বাণিজ্যৰ উন্নতি সাধন কৰাটোকে সংস্কাৰে উদ্দেশ্য হিচাপে লয়৷ (Reforms in
financial markets focused on removal of structural bottlenecks, introduction of
new players/instruments, free pricing of financial assets, relaxation of quantitative
restrictions improvement in trading, clearing and settlement practices, more
transparency, etc. )
সংস্কাৰৰ
পাছত হোৱা লাভালাভ (Impacts of financial
reform)
যোৱা সময়চোৱাত বিশেষকৈ ১৯৬৯ চনৰ বেংক
ৰাষ্ট্ৰীয়কৰণৰ পিছৰ চাৰিটা দশকত ভাৰতবৰ্ষৰ বেংকিং খণ্ডৰ
দৃষ্টান্তমূলক উন্নতি হোৱা দেখা গৈছে৷ ১৯৬৯ চনৰ মাত্ৰ
৮২৬২ টা শাখাৰ পৰা ২০১১ চনৰ জুন মাহত চৰকাৰী খণ্ডৰ বেংকৰ শাখাৰ সংখ্যা ৬২,৬০৭ টা
হৈছেগৈ৷ তাৰোপৰি বেংকিং খণ্ডত ব্যক্তিগত বেংকসমূহৰ
অংশগ্ৰহণ দিনক দিনে বৃদ্ধি পব ধৰিছে আৰু তাৰ ফলত হোৱা প্ৰতিযোগিতাই সেৱাসমূহৰ মাণ
উন্নত কৰিছে৷ ঠিক একেদৰে বীমা আৰু অনা বেংকীয় বিত্তীয়
প্ৰতিষ্ঠানসমুহৰো খৰটকীয়া উন্নয়ণ দৃষ্টিগোচৰ হৈছে৷ আৰু তাৰ
সমান্তৰালভাৱে বিত্তীয় বজাৰখনৰ দোপ দোপে উন্নতি হৈছে৷
Subscribe to:
Posts (Atom)