Wednesday 18 December 2013

 Public enterprise (ৰাজহুৱা উদ্যোগ)


   যিবোৰ উদ্যোগৰ মালিকীস্বত্ব আৰু পৰিচালনাৰ দায়িত্ব সম্পূৰ্ণৰুপে বা আংশিকভাৱে চৰকাৰৰ হাতত থাকে তেনেবোৰ উদ্যোগকে ৰাজহুৱা উদ্যোগ বোলে ৷এখন দেশৰ দৰিদ্ৰতা ,নিৱনুৱা সমস্যা আৰু ঔদ্যোগিক অনগ্ৰসৰতা দূৰ কৰাৰ লগতে মূলধন গঠনতো সহায় কৰি ৰাজহুৱা উদ্যোগ খণ্ডই অৰ্থনৈতিক বিকাশৰ গতি  ক্ষীপ্ৰ কৰিব পাৰে ৷

     A.H. Hansen –ৰ মতে , “ Public enterprise means state ownership and operation of industrial,agricultural,financial and commercial understandings .”


     N.N Mallya ৰ মতে , “ ৰাজহুৱা উদ্যোগ হ’ল, ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত ঔদ্যোগিক  আৰু বাণিজ্যিক কাৰ্যৰ লগত জড়িত স্বতন্ত্ৰ বা অৰ্ধস্বতন্ত্ৰ নিগম বা কোম্পানী ৷”

No comments:

Post a Comment